| শৈক্ষিক কাৰ্য্যক্ৰম | 
| গৱেষণাগত সুবিধাসমূহ | 
| টেণ্ডাৰ | 
| প্ৰাসংগিক লিংকসমূহ | 
| আৰটিআই | 
| ফটো গেলেৰী | 
| ৱেব-মেইল | 
| যোগাযোগ আৰু ঠিকনা | 
গৱেষণাৰ সুবিধাসমূহ
উন্নত গৱেষণা কৰিবলৈ নিম্নলিখিত যন্ত্ৰপাতি আৰু সঁজুলিসমূহ চিপিপিত উপলব্ধ-
১. ইউভি-স্পেক্ট্ৰ’ফট’মিটাৰ ( কঠিন/ তৰল/ বিক্ষিপ্ত নমুনা )।
২. বাঁহ, কাঠ, প্লাষ্টিক, লো আৰু তীখা সামগ্ৰীৰ বাবে সাৰ্বজনীন পৰীক্ষা যন্ত্ৰ।
৩. কাগজ আৰু ব’ৰ্ডৰ বাবে টেনচাইল টেষ্টিং মেচিন।
৪. কাগজ আৰু ব’ৰ্ডৰ বাবে বাৰ্ষ্টিং ষ্ট্ৰেংথ টেছটিং যন্ত্ৰ।
৫. কাগজ আৰু ব’ৰ্ডৰ টিয়েৰিং ষ্ট্ৰেংথ টেছটাৰ।
৬. কাগজ আৰু ব’ৰ্ডৰ বাবে দাব’ল ফল্ড টেছটাৰ।
৭. কাগজ আৰু ব’ৰ্ডৰ বাবে উজ্জ্বলতা আৰু অস্বচ্ছতা পৰীক্ষাকাৰী।
৮. কাগজ আৰু ব’ৰ্ডৰ বাবে ক'ব (COBB) চাইজিং টেষ্টাৰ।
৯. মাল্টি ডে’লাইট হাইড্ৰ’লিক হট প্ৰেছ মেচিন।
১০. বিটাৰ।
১১. ৰ’টাৰী ডাইজেষ্টাৰ।
১২. ফাইবাৰ এনালাইজাৰ।
১৩. কেলেণ্ডাৰিং মেচিন।
১৪. ফাইবাৰ ৰেস্প’ডাৰ।



            
			   
		    
		     
		    
			
            
            
            
            
            
           
				  
				
			
       
              
   
  
            







