| শৈক্ষিক কাৰ্য্যক্ৰম | 
| গৱেষণাগত সুবিধাসমূহ | 
| টেণ্ডাৰ | 
| প্ৰাসংগিক লিংকসমূহ | 
| আৰটিআই | 
| ফটো গেলেৰী | 
| ৱেব-মেইল | 
| যোগাযোগ আৰু ঠিকনা | 

  এই বিভাগৰ বিৱৰণ-
উন্নত দ্ৰব্য় বিভাগৰ গৌৰৱময় যাত্ৰা আৰম্ভ হৈছিল ১৯৬৪ চনৰ পৰা। প্ৰথম অৱস্থাত ইয়াক ইন্ধন বিভাগ হিচাপে ব্য়ৱহাৰ কৰা হৈছিল য’ত চিমেণ্ট নিৰ্মাণৰ বাবে ভাৰটিকেল শ্বাফ্ট কিন্ প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰা হৈছিল। ১৯৬৭ চনত ভাৰটিকেল শ্বাফ্ট কিন্ প্ৰযুক্তিৰ ওপৰত কাম কৰাৰ বাবে ইয়াক চিমেণ্ট বিভাগলৈ ৰপান্তৰ কৰা হ’ল। ১৯৭১ চনত চিলিকেট সামগ্ৰীৰ মূল্য সংযোজনৰ ক্ষেত্ৰত কাম কৰাৰ বাবে বিভাগটোক চিলিকেট প্ৰযুক্তি বিভাগ হিচাপে পুনৰ নামাকৰণ কৰা হয়। এই বিভাগটোক পুনৰ ১৯৭৬ চনত অজৈৱ ৰসায়ন বিভাগলৈ ৰূপান্তৰিত কৰা হৈছিল আৰু ইয়াৰ গৱেষণাৰ ক্ষেত্ৰবোৰ ক্ৰমে চিমেণ্ট আৰু নিৰ্মাণ সামগ্ৰী, লৌহ আকৰিকৰ উৎপাদন, তৈল ক্ষেত্ৰত ব্য়ৱহিত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ, জিঅলাইট, অনুঘটক আৰু অন্যান্য অজৈৱ ৰাসায়নিক পদাৰ্থলৈ বিস্তাৰিত কৰা হৈছিল। বিভাগটোক ১৯৯৪ চনত সামগ্ৰী বিজ্ঞান বিভাগ হিচাপে পুনৰ নামাকৰণ কৰা হৈছিল আৰু ২০১৬ চনৰ পৰা গোটটোক উন্নত সামগ্ৰী গোট হিচাপে পুনৰ নামাকৰণ কৰা হয়। গোটটোৱে পানী আৰু গেছ বিশুদ্ধকৰণৰ বাবে নেন’কম্পজিট পদাৰ্থ, ধাতুজৈৱিক ফ্ৰেমৱৰ্ক, কেটালাইচিছ, সৰু অণু সক্ৰিয়কৰণ আৰু নেনো অক্সিডিক মেমব্ৰেন আদিৰ ক্ষেত্ৰত গৱেষণা হাতত লৈছে।
  
বিভাগীয় মূৰব্বী আৰু শাখা নেতৃত্বক
     ড০ ৰাজীৱ লোচন গোস্বামী
ড০ ৰাজীৱ লোচন গোস্বামীপিএইছডি ( অজৈৱ ৰসায়ন )
মূখ্য় বিজ্ঞানী
আইডি নং- ১৬৬
ইমেইল- goswamirl@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- অইল ৱেল ড্ৰিলিং
বিজ্ঞানী
     ড০ মানস ৰঞ্জন দাস
ড০ মানস ৰঞ্জন দাসএম.এছচি ( ৰসায়ন বিজ্ঞান ), পিএইছ ডি ( দ্ৰৱ্য় বিজ্ঞান )
প্ৰধান বিজ্ঞানী
আইডি নং- ১০৮১
ইমেইল- mrdas@neist.res.in, mnshrdas@yahoo.com
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- গ্ৰেফিন আধাৰিত নেন’কম্পজিট, চাৰফেছ কেমিষ্ট্ৰী, নেন’চাইঞ্চ
Personal Website
 ড০ লক্ষী শইকীয়া
ড০ লক্ষী শইকীয়াপিএইছডি ( অজৈৱ ৰসায়ন )
প্ৰধান বিজ্ঞানী
আইডি নং- ১০৮২
ইমেইল- lsaikia@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- সামগ্ৰী সংশ্লেষণ আৰু বিশেষত্ব নিৰূপন, মাটিৰ সামগ্ৰী
 ড০ বিশ্বজিত চাহা
ড০ বিশ্বজিত চাহাএম.এছচি ( আইআইটি কানপুৰ ), পিএইছ ডি (আইআইটি কানপুৰ )
জ্য়েষ্ঠ বিজ্ঞানী
আইডি নং- ১২৫৯
ইমেইল- bsaha@neist.res.in, bischem@gmail.com
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- অৰ্গেন’মেটেলিক্চ, কেটালাইচিছ, সৰু অণু সক্ৰিয়কৰণ, সেউজ ৰসায়ন, ৰিয়েক্সন মেকানিজ্ম
Personal web site
Technical Staff
  	 শ্ৰী মতী দীপা ৰাজবংশী কছাৰী
শ্ৰী মতী দীপা ৰাজবংশী কছাৰীএম এছচি
কাৰিকৰী বিষয়া
আইডি নং- ১২৪৪
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn- ২৪১১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- সামগ্ৰী বিজ্ঞান
 শ্ৰী প্ৰিয়ম জ্য়োতি বৰা
শ্ৰী প্ৰিয়ম জ্য়োতি বৰাএম এছচি
টেকনিচিয়ান ( ২ )
আইডি নং- ১১৪৮
আগ্ৰহী ক্ষেত্ৰসমূহ- সামগ্ৰী বিজ্ঞান
 শ্ৰী  পৰাণ জ্য়োতি কলিতা
শ্ৰী  পৰাণ জ্য়োতি কলিতা
  	    এম এছচি 
টেকনিচিয়ান ( ২ ) 
আইডি নং- ১১৫০ 
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn- ২৪১১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১ 
আগ্ৰহী ক্ষেত্ৰসমূহ- সামগ্ৰী বিজ্ঞান
 
 শ্ৰী কৃষ্ণ প্ৰসাদ শৰ্ম্মা
শ্ৰী কৃষ্ণ প্ৰসাদ শৰ্ম্মানন্ টেক
আইডি নং- ১০৭২
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn- ২৪১১
ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১