Connecting Science and Technology for a brighter tomorrow

 

গোটটোৰ ইতিহাস

১৯৬১ চনত যোৰহাটৰ চিএছআইআৰ – উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া প্ৰতিষ্ঠান (পূৰ্বতে: আঞ্চলিক গৱেষণাগাৰ ) স্থাপনকৰাৰ পিছতে, ইয়াৰ গৱেষণা আৰু বিকাশ কাৰ্যকলাপবোৰত বিশ্লেষণাত্মক সমৰ্থন প্ৰদান কৰাৰ বাবে বিশ্লেষণাত্মক সেৱা বিভাগ বিকশিত কৰাৰ বাবে ইয়াক আৰম্ভ কৰা হৈছিল। পিছলৈ এই বিভাগটোৱে বিশ্লেষণাত্মক ৰসায়ন গোট হিচাপে নিজা স্বীকৃতি লাভ কৰে আৰু নিজা ভাৱে গৱেষণা আৰু বিকাশ প্ৰকল্পত অন্তৰ্ভুক্ত হয়। বৰ্তমান এই গোটটোক ৰাসায়নিক বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ (চিএছটিডি) অধীনত বিশ্লেষণাত্মক ৰসায়ন গোট বুলি জনা যায়। বহুতো ইন হাউচ প্ৰকল্পৰ লগতে গৱেষণাগাৰৰ পুঁজি প্ৰাপ্ত প্ৰকল্পত বিশ্লেষণাত্মক সেৱা প্ৰদান কৰাৰ উপৰিও এই গোটে নিজা ভাৱে বিকশিত গৱেষণা আৰু উন্নয়ণৰ প্ৰকল্পত জড়িত থাকে। ইয়াৰ আগৰ পৰ্যায়ত, গোটটোৱে বৰ্জিত চাহ, অত্যাৱশ্যকীয় তেল, পেট্ৰ'কেমিকেল আৰু কীটনাশক আদিৰ ওপৰত পদ্ধতি বিকাশৰ কামত জড়িত আছিল। বৰ্তমান গোটটোৱে বিভিন্ন পদ্ধতিৰে বিভিন্ন নতুন সামগ্ৰীৰ অনুসন্ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নতুন গৱেষণা ক্ষেত্ৰ যেনে নেন’-কম্পজিট আধাৰিত ইলেক্ট্ৰকেমিকেল বায়’চাইঞ্চৰ বিকাশ, অণুৰ পৰা সামগ্ৰী আৰু সামগ্ৰীৰ পৰা যন্ত্ৰৰ বিকাশ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বৰ্তমান এই গোটটোৱে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান, উদ্য়োগ, এনজিঅ' আৰু চৰকাৰী তথা অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান আৰু উদ্য়োগলৈ ইয়াৰ সহযোগিতা আগবঢ়াইছে।


বিভাগীয় মূৰব্বী
ড০ ৰাজীৱ লোচন গোস্বামী
পিএইছডি ( অজৈৱ ৰসায়ন )
মূখ্য় বিজ্ঞানী
আইডি নং- ১৬৬
ইমেইল- goswamirl@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- অইল ৱেল ড্ৰিলিং


গোটটোৰ নেতৃত্বক
ড০ প্ৰকাশ জ্য়োতি শইকীয়া
পিএইছডি ( পলিমাৰ কেমিষ্ট্ৰী )
প্ৰধান বিজ্ঞানী
আইডি নং- ১০৮০
ইমেইল- saikiapj@neist.res.in
Extn- ২৩৪৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- বিশ্লেষণাত্মক ৰসায়ন, পলিমাৰ কেমিষ্ট্ৰী, স্পেক্ট্ৰস্ক’পী
বিজ্ঞানী
ড০ হেমন্ত শংকৰ দত্ত
পিএইছডি ( ফট’নিক্ছ আৰু নেন’টেকন’লজী )
বিজ্ঞানী
আইডি নং- ১২৭৫
ইমেইল- hsdutta@neist.res.in, hemantdutta97@gmail.com
ফ্য়েক্স- +৯১ ৩৭৬ ২৩৭২৩৪২
আগ্ৰহী ক্ষেত্ৰসমূহ- ফট’নিক্স, ডিভাইচ ফেব্ৰিকেচন, বায়’চেঞ্চিং, অপ্টিকেল চেঞ্চৰ, বিশ্লেষণাত্মক কৌশল
কাৰিকৰী বিষয়া
ড০ অংকনা ফুকন
এমএছচি
ইমেইল- ankana@neist.res.in
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আইডি নং- ১১৪১
Extn- ২৩৪৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- বিশ্লেষণাত্মক ৰসায়ন
শ্ৰী কংকনা গগৈ
এমএছচি
কাৰিকৰী বিষয়া
আইডি নং- ১২৪১
Extn- ২৩৪৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- বিশ্লেষণাত্মক ৰসায়ন
কাৰিকৰী কৰ্মচাৰী
শ্ৰী জয়ন্ত মাধৱ বৰুৱা
এইছএছ, ইনষ্ট্ৰোমেন্ট মেকানিক ট্ৰেড টেষ্ট ( এনচিভিটি )
জ্য়েষ্ঠ টেকনিচিয়ান
আইডি নং- ১২১৯
Extn- ২৩৪৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- বিশ্লেষণাত্মক ৰসায়ন
শ্ৰী দেৱজিত শৰ্ম্মা
এইছএছএলচি
লেব এটেন্ডেন্ট
আইডি ন- ১০৭৪
Extn- ২৩৪৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- বিশ্লেষণাত্মক ৰসায়ন
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee