Connecting Science and Technology for a brighter tomorrow

নেইষ্টৰ চিকিৎসালয় খন হৈছে এখন সৰু নিখুঁতভাৱে সুসজ্জিত চিকিৎসা সেৱা কেন্দ্ৰ। ইয়াত প্ৰাথমিক চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় সকলো মৌলিক সুবিধা উপলব্ধ। গুৰুতৰ ভাৱে চিকিৎসাধীন ৰোগীৰ বাবেও কেন্দ্ৰটি সুসজ্জিত। এই প্ৰাণৱন্ত স্বাস্থ্য় সেৱা কেন্দ্ৰৰ মূল উদ্দেশ্য় সমূহ হৈছে –
ক ) জনসাধাৰণক এটি ইতিবাচক স্বাস্থ্য় সেৱা প্ৰদান কৰা।
খ ) স্বাস্থ্য় সেৱা প্ৰচাৰৰ যোগেদি অসুস্থতা ৰোধ কৰা।
গ ) ৰোগ আৰু মৃত্য়ুৰ হাৰ ৰোধ কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰা।
ঘ ) চিকিৎসাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰা আৰু স্বাস্থ্য়জনিত জ্ঞানৰ সজাগতাৰ জৰিয়তে স্বাস্থ্য়ৰ উন্নতি সাধন কৰা।

প্ৰধান কাৰ্যসমূহ

বিভাগীয় মূৰব্বী আৰু চিকিৎসা বিষয়া
ড০ থানেশ্বৰ বৰা
এম. ডি.
প্ৰধান প্ৰযুক্তি বিষয়া
আই ডি নং- ৮৫৩
ইমেইল- borat@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান
চিকিৎসা বিষয়া
ড০ অন্তৰা শৰ্ম্মা
এম বি বি এছ
জ্য়েষ্ঠ প্ৰযুক্তি বিষয়া ( ১ )
আই ডি নং- ১২৯১

ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান

প্ৰযুক্তি বিষয়া
কাৰিকৰী বিভাগ
শ্ৰী মিনু প্ৰভা পেগু
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৬০৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী শুচেন চন্দ্ৰ দাস
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৮৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী মতী ৰিংকি কালৱাৰ
বি এছ চি
কাৰিকৰী বিষয়া ( ২ )
আই ডি নং- ১০৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
ড০ দিব্য়জ্য়োতি ওজা
পি এইছ ডি
কাৰিকৰী বিষয়া ( ১ )
আই ডি নং- ১১৩৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী ৰবীন বৰুৱা
এইছ এছ এছ এল চি
গৱেষণাগাৰ সহায়ক
আই ডি নং- ১০২১
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee