Connecting Science and Technology for a brighter tomorrow

বিৱৰণ:

সঞ্চয় আৰু ক্ৰয় বিভাগ হৈছে সঞ্চয় আৰু ক্ৰয় বিষয়াৰ দ্বাৰা নেতৃত্বাধীন এটা অতি পৰিশ্ৰমী কৰ্মীৰ দল যি সকলো ধৰণৰ গৱেষণা আৰু উন্নয়ণ সম্পৰ্কিত কাৰ্য সমূহ আৰু আন আন সহায়কাৰী কৰ্ম সুকলমে পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সকলো সময়তে প্ৰয়োজনীয় সামগ্ৰী সমূহৰ দায়িত্ব গ্ৰহণ কৰি আহিছে।

পৰিচালিত কাৰ্যসমূহ :

প্ৰদান কৰা সেৱা সমূহ :

সঞ্চয় আৰু ক্ৰয় বিষয়া
শ্ৰী নিলম্বুজ সংকৰ প্ৰসাদ
এম. কম.
সঞ্চয় আৰু ক্ৰয় বিষয়া
আই ডি নং- ১২২৩
ইমেইল – nsprasad@neist.res.in, spo@neist.res.in
ফোন – +৯১ ০৩৭৬ ২৩৭২৭১০ extn– ২২৮৮
অন্য় কৰ্মকৰ্তাসকল
শ্ৰী লখেশ্বৰ দাস
ক্ৰয় বিভাগ
আই ডি নং- ৬৪২
শ্ৰী প্ৰাঞ্জল প্ৰতীম গগৈ
জ্য়েষ্ঠ সচিবালয় সহায়ক
আই ডি নং- ১২৫০
শ্ৰী অঞ্জলী হাটীবৰুৱা
কাৰিকৰী সহায়ক
আই ডি নং- ১০৭৩
শ্ৰী পুনেশ্বৰ বৰা
কাৰিকৰী সহায়ক
আই ডি নং- ১২০৪
শ্ৰী গৌতম কোঁচ
গ্ৰুপ চি ( এম টি এচ )
আই ডি নং - ১২৮৮
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee