Connecting Science and Technology for a brighter tomorrow

গবেষণা আৰু বিকাশৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ গ্ৰাহকক প্ৰদান কৰিবলগীয়া ৰাসায়নিক, জৈৱিক আৰু সম্বন্ধীয় বিজ্ঞানত বৃত্তিগত পৰামৰ্শ আৰু অনুবন্ধ সেৱাত উৎকৃষ্টতা আৰু শ্রেষ্ঠতা লাভৰ কৰিবলৈ অংগীকাৰৱদ্ধ ।


"সবলীকৰণৰ বাবে জ্ঞান, বিশেষভাবে উত্তৰ-পূৰ্ৱাঞ্চলৰ বাবে,বিজ্ঞান আৰু প্রযুক্তি মাধ্যমেৰে"

"উত্তৰ-পূৱ ভাৰতত জীৱনৰ-ধাৰনৰ মান উন্নীতকৰণৰ হেতু বহনক্ষম বিকাশৰ লক্ষ্যৰ আগত ৰাখি প্রযুক্তি বিকাশৰ বাবে বুনিয়াদী আৰু প্ৰায়োগিক গবেষণাত উৎকৃষ্টতা অৰ্জন "


"উত্তৰ-পূৰ্ৱাঞ্চলৰ অপাৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু গৱেষণাৰ জড়িয়তে ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্ৱাঞ্চলৰ অৰ্থনীতিৰ বিকাশ ঘটোৱা "


"ভাৰতৰ উত্তৰ-পূৰ্ৱাঞ্চলত উপলব্ধ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে জ্ঞান আৰু প্রযুক্তিৰ উদ্ভাৱন, বিকাশৰ জড়িয়তে গ্রামাঞ্চল জীৱনৰ নাম উন্নত কৰা । "

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee