Connecting Science and Technology for a brighter tomorrow




বিৱৰণ
চিএছআইআৰ-উত্তৰ পূৱ বিজ্ঞআন আৰু প্ৰযুক্তিবিদ্য়া প্ৰতিষ্ঠানৰ (আৰআৰএল যোৰহাট) প্ৰায়োগিক অসামৰিক অভিযান্ত্ৰিক বিভাগ নিৰ্মাণ আৰু পথ সামগ্ৰীৰ গৱেষণা আৰু বিকাশ, কাৰিকৰী পৰামৰ্শ, পৰীক্ষা আৰু মূল্যাঙ্কনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। গৱেষণাৰ মুখ্য ক্ষেত্ৰবোৰৰ ভিতৰত ভূ-কাৰিকৰী আৰু পৰিবহন অভিযান্ত্ৰিকত দক্ষতা আছে। এই গোটটো বৰ্তমান পথ আৰু অন্য়ান্য় নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰৰ বালি ব্য়ৱহাৰ কৰি আৰু মডুলাৰ ইটাৰ বিকাশ তথা গৱেষণাৰ কামত জড়িত হৈ আছে। গোটটো ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য চহৰসমূহৰ ভৱনসমূহৰ ভূমিকম্পৰ ফলত হ’ব পৰা ক্ষতিৰ প্ৰৱণতা আৰু বিপদৰ আশংকাৰ মূল্যায়নৰ সৈতেও জড়িত হৈ আছে। বিভাগটোৱে মাটি অনুসন্ধান আৰু ৰাস্তাৰ মূল্যাঙ্কনৰ বাবে কাৰিকৰী পৰামৰ্শ সেৱা প্ৰদান কৰে আৰু পথৰ পৰীক্ষা তথা পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি, চিমেণ্ট, কংক্ৰিট, এগ্ৰিগেট, ইটা আৰু অন্যান্য নিৰ্মাণ সামগ্ৰীৰ বাবে পৰীক্ষা আৰু মূল্যাঙ্কন সেৱা প্ৰদান কৰে। বিভাগটোৱে ফেৰো-চিমেণ্ট সামগ্ৰীৰ বিকাশ, কম খৰচী আৱাস কৌশল, পাতল চালৰ চাদৰ, ধানৰ তুষৰ পৰা পানী পৰিস্কাৰক আৰু লগতে গাঁথনিমূলক অভিযান্ত্ৰিক খণ্ডত বিকাশৰ বাবে প্ৰয়োজনীয় গৱেষণা আৰু বিকাশ কাৰ্যকলাপত অৰিহণা যোগাইছিল। বিগত বছৰবোৰত, প্ৰায়োগিক অসামৰিক অভিযান্ত্ৰিক বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো সংগঠনক মাটি অনুসন্ধান আৰু পথ মূল্যাঙ্কনৰ বাবে অসামৰিক অভিযান্ত্ৰিকৰ ক্ষেত্ৰত, বিশেষকৈ সামগ্ৰীৰ মানদণ্ড নিয়ন্ত্ৰণৰ বাবে নিৰ্মাণ, পৰীক্ষা আৰু মূল্যাঙ্কনৰ ক্ষেত্ৰত কাৰিকৰী পৰামৰ্শ সেৱা প্ৰদান কৰিছিল।
গ্ৰুপ লিডাৰ
ড০ সঞ্জয় দেউৰী
পিএইচডি - পৰিবহন অভিযান্ত্ৰিক - ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
জ্যেষ্ঠ প্ৰধান বিজ্ঞানী আৰু গ্ৰুপ লিডাৰ
আই ডি নং- ১১৭৬
ইমেইল- sanjaydeori@neist.res.in , sanjaydeoricrri@gmail.com
ফোন- +৯১-০৩৭৬-২৩৭০১২১extn- ২৩৭৫,ফ্য়েক্স- ০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- হাইৱে ইঞ্জিনিয়াৰিং আৰু সামগ্ৰী, ভূ-কাৰিকৰী অভিযান্ত্ৰিক
বিজ্ঞানীসকল
শ্ৰী তাপস দাস
বি.টেক. (চিভিল ইঞ্জিনিয়াৰিং), এম.টেক (ভূ-কাৰিকৰী ইঞ্জিনিয়াৰিং)
প্ৰধান বিজ্ঞানী
আই ডি নং- ১০২৮
ইমেইল- dast@neist.res.in, dastapas36@yahoo.co.in
আগ্ৰহী ক্ষেত্ৰসমূহ- ভূ-কাৰিকৰী অভিযান্ত্ৰিক, নিৰ্মাণ সামগ্ৰী, প্ৰকল্প ব্যৱস্থাপনা
শ্ৰী দীপক বসুমতাৰী
বি.ই. (চিভিল ইঞ্জিনিয়াৰিং), এম.টেক (ভূ-কাৰিকৰী ইঞ্জিনিয়াৰিং)
প্ৰধান বিজ্ঞানী
আই ডি নং- ১০৬২
ইমেইল- basumatarid@neist.res.in, dipakbasu2006@rediffmail.com
আগ্ৰহী ক্ষেত্ৰসমূহ- ভূ-কাৰিকৰী অনুসন্ধান আৰু ভেটিৰ সুৰক্ষিত আৰু অৰ্থনৈতিক ডিজাইন, বিভিন্ন ভৱন আৰু পথ সামগ্ৰীৰ পৰীক্ষা।
ড০ লিয়ন ৰাজ
পি.এইছডি. (গাঁথনিমূলক অভিযান্ত্ৰিক) – ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাছ, চেন্নাই
বিজ্ঞানী
আই ডি নং- ১২৭৪
ইমেইল- leonraj.civil@gmail.com, leonraj@neist.res.in
ফোন- ৯৪৮৭৬০৭১৫১
আগ্ৰহী ক্ষেত্ৰসমূহ: কংক্ৰিট গাঁথনিৰ ডিজাইন আৰু বিশ্লেষণ, পূৰ্বনিৰ্মিত গাঁথনিৰ ডিজাইন, ভূমিকম্প প্ৰতিৰোধী অট্টালিকাৰ ডিজাইন
কাৰিকৰী বিষয়া
শ্ৰী নিবীৰ প্ৰাণ বৰা
ডিপ্লমা (চিভিল ইঞ্জিনিয়াৰিং ), বি.ই. ( চিভিল ইঞ্জিনিয়াৰিং )
কাৰিকৰী বিষয়া
আই ডি নং- ১১৩৮
আগ্ৰহী ক্ষেত্ৰসমূহ- চিভিল ইঞ্জিনিয়াৰিং
শ্ৰী ৰাজীৱ দাস
ডিপ্লমা (চিভিল ইঞ্জিনিয়াৰিং )
কাৰিকৰী বিষয়া
আই ডি নং- ১১৪০
আগ্ৰহী ক্ষেত্ৰসমূহ- চিভিল ইঞ্জিনিয়াৰিং
কাৰিকৰী কৰ্মকৰ্তা
শ্ৰী লৱ বৰা
গৱেষণাগাৰ সহায়ক (১)
আই ডি নং- ১২১১

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee