Connecting Science and Technology for a brighter tomorrow

শাখাটোৰ বিশেষত্ব
১৯৭৩ চনত স্থাপিত হোৱা ৰাসায়নিক গোটটোৱে চিএছআইআৰ-নেইষ্টৰ অন্য়ান্য় গোটবোৰক অভিযান্ত্ৰিক ইনপুটৰ এক বিস্তৃত বৰ্ণালী প্ৰদান কৰিছে। মৌলিক আৰু প্ৰায়োগিক গৱেষণাৰ জ্ঞানৰ সম্বল তৈয়াৰ কৰা, এই সমূহৰ প্ৰক্ৰিয়াকৰণ ইত্য়াদি ক্ষেত্ৰত গোটটোৰ বিশেষত্ব আছে। গোটটো পৃথকীকৰণ আৰু বিশুদ্ধকৰণ প্ৰযুক্তি, প্ৰতিক্ৰিয়া কেলোৰিমেট্ৰি, খাদ্য আৰু নিউট্ৰাচিউটিকেল আৰু প্ৰতিক্ৰিয়া অভিযান্ত্ৰিক আৰু অনুঘটনৰ ক্ষেত্ৰত উদ্যোগমুখী গৱেষণাৰ সৈতে জড়িত। মেমব্ৰেন প্ৰযুক্তি হৈছে গোটটোৰ এক অগ্ৰাধিকাৰ গৱেষণা ক্ষেত্ৰ। কঠিন/তৰল আৱৰণ আধাৰিত পৃথকীকৰণ, অনুঘটক মেমব্ৰেন ৰিএক্টৰ, উদ্দীপনা প্ৰতিক্ৰিয়াশীল স্মাৰ্ট পলিমাৰিক মাইক্ৰ’জেলৰ মাইক্ৰ’কেপচুল মেমব্ৰেনত নিয়ন্ত্ৰিত পৰিবহন, ৰাসায়নিক পদ্ধতিৰে গেছ আৰু তৰল পৰ্যায়ত পৰিবহনৰ সুবিধা ইত্য়াদি হৈছে গোটটোৰ মৌলিক আৰু প্ৰায়োগিক গৱেষণা আৰু উন্নয়নৰ কাৰ্য। প্ৰাকৃতিক ফিডষ্টকৰ পৰা জৈৱঅণু পৃথকীকৰণৰ বাবে আৱৰণ আধাৰিত প্ৰযুক্তি, ৰেচমিক ৰিজলিউশ্বন, গেছ পৃথকীকৰণ ইত্যাদি হৈছে গোটটোৰ অগ্ৰাধিকাৰ প্ৰাপ্ত অনুবাদমূলক গৱেষণাৰ। ৰাসায়নিক প্ৰতিক্ৰিয়া প্ৰণালীৰ অভিযান্ত্ৰিক বিশ্লেষণ অৰ্থাৎ বিষম অনুঘটক প্ৰতিক্ৰিয়াত প্ৰতিক্ৰিয়া-বিস্তাৰ পৰিঘটনা, জৈৱ প্ৰক্ৰিয়াৰ অধ্যয়ন, প্ৰতিক্ৰিয়া কেল’ৰিমেট্ৰি, খাদ্যৰ বাবে প্ৰক্ৰিয়াৰ বিকাশ আৰু নিউট্ৰাচিউটিকেল আদিৰ ডিজাইন আৰু মানদণ্ড বৃদ্ধি হৈছে গোটটোৰ বৰ্তমানৰ কাৰ্যকলাপ।

গোটটোৰ প্ৰধান
ড০ স্বপ্নালী হাজৰিকা
এম এছচি ( ভৌতিক ৰসায়ন ), পি এইচ ডি
প্ৰধান বিজ্ঞানী আৰু সহকাৰী অধ্যাপক
আই ডি নং- ১০৫৩
ইমেইল- swapnali@neist.res.in, shrrljt@yahoo.com
ফোন- +৯১ ০৩৭৬ ২৩৭০০১১/২৩৭০১৩৯ extn-২৩৮৩ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১, মোবাইল- +৯১ ৯৪৩৫৭১৩৬৮৭
আগ্ৰহী ক্ষেত্ৰসমূহ- মেমব্ৰেন বিজ্ঞান আৰু প্ৰযুক্তিঃ বিভিন্ন প্ৰায়োগিক ক্ষেত্ৰৰ বাবে মেমব্ৰেনৰ ডিজাইন আৰু বিকাশ, উদাহৰণ স্বৰূপে- ৰেচমিক ৰিজলিউশ্বন, গেছ পৃথকীকৰণ, জৈৱ অণুৰ পৃথকীকৰণ, উদ্য়োগৰ পৰা বৰ্জিত পানীৰ পৰিশোধন ইত্য়াদি, ৰাসায়নিক গতিবিজ্ঞান, ৰাসায়নিক/জৈৱৰাসায়নিক প্ৰক্ৰিয়াৰ প্ৰতিক্ৰিয়া অভিযান্ত্ৰিক, শোষণ আৰু শোষণ পৃথকীকৰণ প্ৰক্ৰিয়া, পলিমাৰ ৰসায়ন আৰু অভিযান্ত্ৰিক: চিৰাল পলিমাৰৰ ডিজাইন আৰু বিকাশ, প্ৰাকৃতিক ফিডষ্টকৰ পৰা জৈৱসক্ৰিয় অণুবোৰ আহৰণ/পৃথকীকৰণ, প্ৰক্ৰিয়া অপ্টিমাইজেশ্য়ন আৰু মানদণ্ড বৃদ্ধি, ডিএফটি ব্যৱহাৰ কৰি আণৱিক মডেলিং আৰু অনুকৰণ।
বিজ্ঞানী
ড০ বিপুল দাস
.ই. ( ৰসায়ন অভিযান্ত্ৰিকী ), এম. টেক. ( ৰসায়ন অভিযান্ত্ৰিকী ), আইআইটি গুৱাহাটী, পিএইছডি ( ৰসায়ন অভিযান্ত্ৰিকী )
জ্য়েষ্ঠ বিজ্ঞানী
আই ডি নং- ১২২৬
ইমেইল- bipuldas@neist.res.in,bipul.das27@gmail.com
ফোন- +৯১ ০৩৭৬ ২৩৭১০৯৭, extn- ২৪৬২, ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- উচ্চ মানদণ্ডৰ পৃথকীকৰণ, মেমব্ৰেন প্ৰযুক্তি, উদ্ভিদৰ পৰা মূল্য-সংযোজিত সামগ্ৰী আহৰণ আৰু বিশুদ্ধকৰণ, ঔদ্যোগিক বৰ্জিত পদাৰ্থৰ পৰিশোধন।
ড০ আশুতোষ নামদেউ
বি.ই. ( ৰসায়ন অভিযান্ত্ৰিকী ), এম. টেক. ( ৰসায়ন অভিযান্ত্ৰিকী ), আইআইটি-বিএইছইউ, পিএইছডি ( ৰসায়ন অভিযান্ত্ৰিকী ) আইআইটি বম্বে
জ্য়েষ্ঠ বিজ্ঞানী আৰু সহকাৰী অধ্যাপক ( এচিএছআইআৰ )
আই ডি নং- ১২২৬
ইমেইল- ashutosh@neist.res.in
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- প্ৰক্ৰিয়া অভিযান্ত্ৰিকী, অনুঘটন, গ্ৰীণ ৰসায়ন
শ্ৰী ৰবি কুমাৰ লিংগম
এম. টেক. ( ৰসায়ন অভিযান্ত্ৰিকী ), আইআইটি-খৰগপুৰ
বিজ্ঞানী
আই ডি নং- ১২৭৩
ইমেইল- ravilingam@neist.res.in,ravikgp@gmail.com
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- ৰাসায়নিক প্ৰক্ৰিয়াৰ মানদণ্ড বৃদ্ধি, প্ৰক্ৰিয়া তীব্ৰকৰণ, প্ৰক্ৰিয়া অভিযান্ত্ৰিকী, ফাইট’কেমিকেল আহৰণ, ফাইট’ফাৰ্মাচিউটিকেল, লিচিং, সন্তুলন পৃথকীকৰণ, সেউজ প্ৰযুক্তি
ড০ প্ৰবীন জি ইংগলে
এম এছচি, পি এইছডি
বিজ্ঞানী
আই ডি নং- ১২৮০
ইমেইল- ingolepravin@gmail.com, pingole@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- মেমব্ৰেন বিজ্ঞান আৰু প্ৰযুক্তি, বিশেষ আগ্ৰহ- থিন ফিল্ম কম্পজিট আৰু থিন ফিল্ম নেনকম্পজিটৰ মেমব্ৰেন সংশ্লেষণ, এনাণ্টিওমাৰ পৃথকীকৰণ, গেছ পৃথকীকৰণ ইত্যাদিৰ দৰে পৃথকীকৰণ প্ৰক্ৰিয়া, পলিমাৰ পৃষ্ঠৰ পৰিৱৰ্তন, পানী আৰু বৰ্জিত পানীৰ প্ৰয়োগ, প্ৰেচাৰ ৰিটাৰ্ডেড অস্ম’চিছ, হাইব্ৰিড পৃথকীকৰণ আৰু প্ৰতিক্ৰিয়া/পৃথকীকৰণ প্ৰণালী, কম ব্যয়ত উচ্চ ফলাফল প্ৰাপ্ত প্ৰযুক্তি
ড০ জিতেন্দ্ৰ সিং বৰ্মা
বি টেক ( জৈৱপ্ৰযুক্তি অভিযান্ত্ৰিকী ), এম টেক ( জৈৱৰসায়ন অভিযান্ত্ৰিকী ) আইআইটি ( বিএইছইউ ) বাৰাণসী, পিএইছ ডি ( জৈৱৰসায়ন অভিযান্ত্ৰিকী )
বিজ্ঞানী
আই ডি নং- ১২৮৫
ইমেইল- jitendrasinghverma@gmail.com, jsverma@neist.res.in ফোন- +৯১ ৬০০০৩ ০৫৪০০ আগ্ৰহী ক্ষেত্ৰসমূহ- জৈৱিক প্ৰক্ৰিয়াৰ বিকাশ, মানদণ্ড বৃদ্ধি, প্ৰযুক্তি হস্তান্তৰকৰণ, বৈধতা। জৈৱিক প্ৰণালীৰ মডেলিং। কিণ্বন সামগ্ৰীৰ বহনক্ষম উৎপাদনৰ বাবে মাইক্ৰ’বাইল স্ট্ৰেইনৰ বিকাশ। ডিজাইনৰ দ্বাৰা গুণগত মানদণ্ড বিকাশ। প্ৰক্ৰিয়া বিশ্লেষণাত্মক প্ৰযুক্তি (পি.এ.টি.)। কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ বাবে বায়’ৰিএক্টৰ ডিজাইন আৰু বিকাশ।
কাৰিকৰী বিষয়া
ইআৰ. তবিউল হুছেইন আহমেদ
বি. ই. ( ৰসায়ন অভিযান্ত্ৰিকী ), এম. এছ ( আইআইটি মাদ্ৰাছ )
কাৰিকৰী বিষয়া
আই ডি নং- ১১৩৭
ইমেইল- tobiul@neist.res.in, tobiul07419@gmail.com
ফোন- +৯১ ০৩৭৬ ২৩৭০০১১/২৩৭০১৩৯, extn- ২৪৬৯
আগ্ৰহী ক্ষেত্ৰসমূহ- নিউট্ৰাচিউটিকেলছ, কাৰ্যকৰী খাদ্য বিকাশ, মাইক্ৰ'ৱেভ আধাৰিত প্ৰযুক্তি (শুকোৱা, নিষ্কাশন ইত্যাদি ), পদ্ধতি সমূহ সৰ্ব্বোত্তম কৰা, ৰসায়নিক আৰু জৈৱ ৰসায়নিক পদ্ধতি সমূহৰ মানদণ্ড উন্নত কৰা, ফাইট’কেমিকেল আহৰণ, বৰ্জিত পানী পৰিশোধন।
কাৰিকৰী সহায়ক
শ্ৰী ৰাজেন চন্দ্ৰ দত্ত
লেব এটেণ্ডেন্ট
আইডি নং- ১১৮৭
ইমেইল- rajenchandra@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০০১১/২৩৭০১৩৯, extn- ২৩৮১
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee