Connecting Science and Technology for a brighter tomorrow

বৰ্তমান চলি থকা গৱেষণা আৰু উন্নয়নৰ কামসমূহ-

  1. . জৈৱ-সম্পদৰ পৰা একত্ৰীকৰণ আৰু ইন্টেঞ্চিফিকেশ্য়ন প্ৰক্ৰিয়াৰ সহায়ত জৈৱসামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু ইন্ধন বিকাশৰ ওপৰত অধ্য়য়ন আৰু মাটি স্থিৰকৰণ কৌশলৰ বিকাশ।
    ৱৰ্ক পেকেজ ১ - : প্ৰাকৃতিক ফিডষ্টক আৰু পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণৰ পৰা ঔদ্যোগিক জৈৱসামগ্ৰীৰ বাবে দ্ৰুত পদ্ধতিৰ বিকাশ, একত্ৰীকৰণ, ক্ষুদ্ৰকৰণ আৰু জীৱন চক্ৰ মূল্যায়নৰ ওপৰত অধ্যয়ন।
    প্ৰকল্প তদাৰক- :ড০ প্ৰণৱ বৰকাকতি
    পুঁজি সংস্থা   : চিএছআইআৰ, নতুন দিল্লী ( ইন-হাউচ )
  2. গেছ আৰু তৰলৰ কাৰ্যকৰী পৃথকীকৰণৰ বাবে মেমব্ৰেন আৰু এডচৰ্বেণ্ট প্ৰযুক্তি বিকাশ ( মেট্চ )
    প্ৰকল্প তদাৰক- : ড০ স্বপ্নালী হাজৰিকা
    পুঁজি সংস্থা-    : চিএছআইআৰ, নতুন দিল্লী ( চিএছআইআৰ নেটৱৰ্ক )
  3. ঔদ্যোগিক বিপদাশংকা হ্ৰাসৰ বাবে স্বাভাৱিকভাৱে সুৰক্ষিত পদ্ধতি ( ইনস্পায়াৰ )
    প্ৰকল্প তদাৰক- :শ্ৰী বিপুল দাস
    পুঁজি সংস্থা-   : চিএছআইআৰ, নতুন দিল্লী ( চিএছআইআৰ নেটৱৰ্ক )
  4. কাৰ্বন-ডাই-অক্সাইড পৃথকীকৰণ আৰু গ্ৰীণ হাউচ গেছৰ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে আণৱিক গেট মেমব্ৰেনৰ বিকাশ
    প্ৰকল্প তদাৰক- ড০ স্বপ্নালী হাজৰিকা
    পুঁজি সংস্থা-    : ডিএছটি, নতুন দিল্লী


 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee