Connecting Science and Technology for a brighter tomorrow

পৰিচয় :

বিত্ত আৰু লেখা বিভাগে প্ৰতিষ্ঠানটোৰ বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্য়ৱহাৰ হোৱা আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ মাধ্য়ম হিচাপে কাম কৰে। প্ৰতিষ্ঠানটোৰ বৃত্তিয় কাম- কাজ সমূহ সঞ্চালকৰ হৈ এই বিভাগে চোৱা চিতা কৰে। চিএছআইআৰৰ মুখ্য় কাৰ্যালয়ৰ পৰা প্ৰাপ্ত অনুদানৰ উপযুক্ত ব্য়ৱহাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ইয়াৰ সঠিক ব্য়ৱহাৰৰ বাবে প্ৰয়োজন সাপেক্ষে দিহা পৰামৰ্শ প্ৰদান কৰে। এই চিএছআইআৰৰ অনুদানৰ বাহিৰেও প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা বিভিন্ন প্ৰযুক্তিগত সেৱা তথা অন্য়ান্য় সংস্থাৰ দ্বাৰা অনুদিত প্ৰকল্প সমূহো প্ৰতিষ্ঠানটোৰ আয়ৰ এক মূখ্য় উৎস।

এই বিভাগৰ দ্বাৰা পৰিচালিত কাৰ্যসমূহ হৈছে-

কাৰ্য আৰু দায়িত্বসমূহ :

বিত্ত আৰু লেখা বিষয়া
শ্ৰী ৰামা শংকৰ শৰ্ম্মা
বি.এছচি ( পদাৰ্থ বিজ্ঞান )
বিত্ত আৰু প্ৰশাসনৰ অনুপালন বিষয়া
আই ডি নং- ১২২২
ইমেইল- rssharma@neist.res.in , csir.neist13@gmail.com
ফোন- ৯১ ০৩৭৬ ২৩৭০০৮৫, extn- ২৩২০, ২৩৭২৬০৯, extn- ২২১৯
শাখা বিষয়া
শ্ৰী বি মাহৰিলি ওচানাহ
শাখা বিষয়া
আই ডি নং- ১১৬৮
শ্ৰী প্ৰবীন কুমাৰ ফুকন
সহকাৰী শাখা বিষয়া
আই ডি নং- ১১৬৮

Assistants
শ্ৰী খিৰোড ফুকন
সহায়ক গ্ৰেড ২
আই ডি নং- ১০৮৫
শ্ৰী প্ৰাঞ্জল শৰ্ম্মা
জ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৪৮
শ্ৰী মতী ৰিংকু বৰা
জ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৪৯
শ্ৰী উদয় কান্ত ত্ৰিবেদী
জ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৫৬
সহায়ক কৰ্মচাৰী
শ্ৰী লোকনাথ বৰুৱা
লেব এটেণ্ডেন্ট (২)
আই ডি নং- ১২১০
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee