Connecting Science and Technology for a brighter tomorrow



বিভাগটোৰ বিৱৰণ :

  • কৃষি প্ৰযুক্তিৰ বিকাশ আৰু অৰুণাচল প্ৰদেশৰ ঔষধীয় গুণযুক্ত, সুগন্ধিযুক্ত আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ ৰাসায়নিক অনুসন্ধান চলোৱা।
  • এন এম আৰ আৰু এইছ পি এল চি ব্য়ৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা প্ৰাপ্ত খাঁটি আণৱিক পদাৰ্থৰ নিষ্কাশন, বিশুদ্ধিকৰণ আৰু মানদণ্ডৰ উন্নতিকৰণ।
  • প্ৰাকৃতিক উপাদানৰ পৰা ডায়েবেটিছ ৰোগৰ নিৰাময়ৰ বাবে নতুন ৰাসায়নিক দ্ৰৱ্য়ৰ বিকাশ।
  • বাণিজ্য়িকভাৱে ব্য়ৱহাৰ কৰিব পৰাকৈ কাঠফুলাৰ কৃষি কাৰ্যৰ বাবে প্ৰশিক্ষণ কাৰিকৰী সহায় আগবঢ়োৱা।
  • জৈৱ-প্ৰযুক্তিগত পদ্ধতিৰে ঔষধীয় গুণযুক্ত আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ বিকাশ।
  • ৰাজ্য়খনৰ স্থানীয় লোকৰ দ্বাৰা ব্য়ৱহিত ভক্ষণযোগ্য় বন্য় উদ্ভিদৰ পুষ্টি আৰু এন্টি-অক্সিডেন্টৰ মূল্য়ায়ন।
  • প্ৰাকৃতিক উপাদানৰ পৰা প্ৰাপ্ত নেন’পাৰ্টিক’ল সমূবৰ বিশ্লেষণ আৰু বিভিন্ন ক্ষেত্ৰত সেই সমূহৰ ব্য়ৱহাৰ।
  • পৰৱৰ্তী প্ৰজন্মৰ ইন্ধনৰ বিৱৰ্তনৰ কৌশলৰ বিকাশ আৰু অণুজীৱৰ পৰা উচ্চ মানদণ্ড বিশিষ্ট প্ৰডাক্টৰ বিকাশ।
  • অণুজীৱ আৰু উদ্ভিদৰ মাজত এণ্ডচিম্বায়টিক সম্পৰ্কৰ বুজ লোৱা আৰু “অমিক্স” কৌশল ব্য়ৱহাৰ কৰি উন্নত মানদণ্ডৰ উপাদানৰ বাবে বিপাকীয় পদ্ধতি নিৰ্ণয় কৰা।
  • সতেজ পানীৰ পৰা জৈৱিকভাৱে সক্ৰিয় উপাদান সমূহ বিচ্ছিন্ন কৰি বিভিন্ন উদ্য়োগত প্ৰয়োগৰ বাবে উপযোগী কৰি তোলা।

বিভাগীয় মূৰব্বী
ড০ চন্দন তামূলী
পি এইছ ডি ( জৈৱিক ৰাসায়ন বিজ্ঞান )
প্ৰধান বিজ্ঞানী
আই ডি নং- ১০৬০
ctamuly@neist.res.in, c.tamuly@gmail.com
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- প্ৰাকৃতিক উপাদানৰ ৰসায়ন বিজ্ঞানৰ ওপৰত গৱেষণা আৰু উন্নয়ণ, নেন’ বিজ্ঞান, গ্ৰীণ ৰসায়ন বিজ্ঞান
বিজ্ঞানী
ড০ নটৰাজন ভেলমূৰুগন
পি এইছ ডি
বিজ্ঞানী
আই ডি নং- ১২৫৪
natarajan@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- উদ্ভিদ জৈৱ প্ৰযুক্তি, এণ্ডচিম্বায়টিক সম্পৰ্ক, সতেজ পানীৰ অণুজৈৱিক জীৱ বিজ্ঞান, ফ্ল’ চাইট্ৰমেট্ৰিৰ জৈৱ প্ৰযুক্তিগত
কাৰিকৰী বিষয়া
ড০ বুধেন চন্দ্ৰ বৰুৱা
পি এইছ ডি ( উদ্ভিদ বিজ্ঞান )
জ্য়েষ্ঠ কাৰিকৰী বিষয়া – III
আই ডি নং- ৮৬৪
baruahbc@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- উদ্ভিদৰ প্ৰজনন
শ্ৰী জয়ন্ত বৰা
এম এছচি ( পদাৰ্থ বিজ্ঞান )
জ্য়েষ্ঠ কাৰিকৰী বিষয়া ( ৩ )
আই ডি নং- ৮৬৩
jayanta@neist.res.in, jayanta_bli@yahoo.com
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- প্ৰাকৃতিক উপাদানৰ ৰসায়ন বিজ্ঞান
শ্ৰী অমৰ জ্য়োতি গগৈ
ডিপ্লমা ( অসামৰিক অভিযন্ত্ৰন )
কাৰিকৰী বিষয়া
আই ডি নং- ১১৩৯
amarjoyti@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- অসামৰিক অভিযন্ত্ৰন
শ্ৰী মৌচুমি হাজৰিকা
এম এছচি, এম ফিল ( ৰসায়ন বিজ্ঞান )
কাৰিকৰী বিষয়া
আই ডি নং- ১১৩৬
moushumi5n@gmail.com, moushumi@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
অভিজ্ঞ ক্ষেত্ৰসমূহ- প্ৰাকৃতিক উপাদানৰ ৰসায়ন বিজ্ঞান আৰু নেন’ বিজ্ঞান
কাৰিকৰী বিভাগ
শ্ৰী হৰেন্দ্ৰ প্ৰসাদ ৰয়
গৱেষণাগাৰ সহায়ক
আই ডি নং- ৮৭০
harendra@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
শ্ৰী তেম ৰাজেন
কাৰিকৰী সহায়ক
আই ডি নং- ১০৭৫
tamerajen@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
শ্ৰী পুণ্য় য়াৰ
কাৰিকৰী সহায়ক
আই ডি নং- ১২০৭
punyoyaro@neist.res.in
ফোন- +৯১-০৩৬০-২২৪৪২২০ / ফ্য়েক্স- ০৩৬০-২২৪৪২২০
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee