Connecting Science and Technology for a brighter tomorrow



প্ৰাপ্তিসমূহ :

    • ইয়াত “BLI-ARUN” নামেৰে এবিধ নতুন লেমনগ্ৰাছৰ প্ৰজাতিৰ বিকাশ কৰা হ’ল আৰু ইয়াক বিভিন্ন প্ৰতিষ্ঠান আৰু এন জি অ’ লৈ প্ৰেৰণ কৰা হৈছে।
    • লেমনগ্ৰাছ, চিত্ৰনেলা, পটচ্চওলি আদিৰ বাণিজ্য়িক কৃষি কাৰ্যৰ বাবে বিভিন্ন ধৰণৰ কৃষি-প্ৰযুক্তিৰ বিকাশ।
    • বিগত ৫টা বৰ্ষত স্থানীয় লোক / আত্ম সহায়ক গোট / এন জি অ’ / ব্য়ৱসায়ীৰ বাবে ৫০তকৈ অধিক প্ৰশিক্ষণ কাৰ্যসূচী কাঠফুলাৰ কৃষিকাৰ্যৰ বাবে আৰু ভাৰ্মিকম্পজ’ৰ উৎপাদনৰ বাবে ৪০তকৈ অধিক প্ৰশিক্ষণ কাৰ্যসূচীৰ অনুস্থিত কৰে।
    • বহুতো ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুস্থিত কৰা হয় আৰু বিজ্ঞানৰ প্ৰতি অনুপ্ৰাণিত হোৱাৰ বাবে আৰু বিজ্ঞানৰ কৌশল উন্নত কৰিবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুস্থিতি কৰা হয়।
    • উপাৰ্জনৰ আন এক বিকল্প পথ প্ৰদৰ্শনৰ দ্বাৰা স্থানীয় লোকৰ জীৱন নিৰ্বাহৰ ব্য়ৱস্থাৰ উন্নতি সাধন। বিগত ৪টা বৰ্ষত আমাৰ তত্ত্বাৱধানতাত স্থানীয় বহুতো লোকে কাঠফুলা বিক্ৰি কৰি প্ৰায় ৬ লাখ টকা উপাৰ্জন কৰে আৰু ভাৰ্মিকম্পজ বিক্ৰি কৰি প্ৰায় ৫ লাখ টকা উপাৰ্জন কৰে।
    • বিগত ৫টা বৰ্ষত প্ৰায় ৩০ খন গৱেষণা প্ৰকাশন আৰু এখন প্য়েটেন্ট প্ৰকাশ পায়।

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee