Connecting Science and Technology for a brighter tomorrow



বৰ্তমাল চলি থকা গৱেষণা আৰু উন্নয়ণ কাৰ্যসমূহ :

  • ঔষধীয় গুণযুক্ত, সুগন্ধিযুক্ত আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ বহনক্ষম ব্য়ৱহাৰিতা- কৃষি প্ৰযুক্তিৰ বিকাশ আৰু ৰাসায়নিক অনুসন্ধানৰ যোগেদি অৰুণাচল প্ৰদেশৰ ঔষধীয় গুণযুক্ত, সুগন্ধিযুক্ত আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ বিশ্লেষণ আৰু সদ্ ব্য়ৱহাৰ।
  • অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে ইয়াৰ স্থানীয় লোকে ভক্ষণ কৰা বন্য় উদ্ভিদৰ বিশ্লেষণ আৰু সদ্ ব্য়ৱহাৰ।
  • ভাৰত চৰকাৰৰ ডি এছ টি বিভাগৰ দ্বাৰা বৃত্তি প্ৰাপ্ত ডি এছ টি- অনুপ্ৰাণিত প্ৰকল্প।

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee