Connecting Science and Technology for a brighter tomorrow

বৰ্তমান চলি থকা গৱেষণা আৰু উন্নয়ণ কাৰ্যসমূহ

  1. প্ৰকল্পৰ ধৰণ : আভ্য়ন্তৰীণ
    প্ৰকল্পৰ নাম :        : উত্তৰ পূৰ্বাঞ্চলৰ ঔদ্য়োগিক আৰু আৰ্থ-সামাজিক উন্নয়ণৰ বাবে ঔষধীয় গুণযুক্ত, সুগন্ধিযুক্ত আৰু অৰ্থনৈতিক উদ্ভিদৰ জেনেটিক বৈচিত্ৰতাৰ জৈৱ-দৃষ্টি আৰু মূল্য়ায়ন
    প্ৰকল্প নং : এম এল পি-১০০০/১
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
  2. প্ৰকল্পৰ ধৰণ : নেটৱৰ্ক

    Pপ্ৰকল্পৰ নাম :
           : গতানুগতিক আৰু নতুন সম্পদ ব্য়ৱহাৰ কৰি গ্ৰহণযোগ্য় তেলৰ দ্বাৰা স্বাস্থ্য়ৰ উন্নতিৰ বাবে বহনক্ষম পক্ৰিয়াৰ বিকাশ ঘটোৱা
    প্ৰকল্প নং : চি এছ চি- ০১১২
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী : ড০ এছ. পি. শইকীয়া

    প্ৰকল্পৰ নাম : জম্মু আৰু কাশ্মীৰৰ কিছু অংশৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে চি এছ আই আৰ-ৰ ক্ষেত্ৰ বিশেষ ঔষধীয় গুণযুক্ত আৰু সুগন্ধিযুক্ত উদ্ভিদৰ বংশৰ প্ৰকাৰৰ বিশ্লেষণ ( জম্মু আৰু কাশ্মীৰ এৰমা আৰোগ্য় গ্ৰাম-জাগ )
    প্ৰকল্প নং : আৰ এছ পি- ৪০০১
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী                         : ড০ এছ. পি. শইকীয়া

    প্ৰকল্পৰ নাম : মহিলা আৰু শিশুৰ অপৰ্যাপ্ত খাদ্য়ৰ বিৰোধিতাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ হস্তক্ষেপ
    প্ৰকল্প নং : বি এছ চি-০১২৫
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী : ড০ এছ. পি. শইকীয়া

    প্ৰকল্পৰ নাম : চি এছ আই আৰ-নেইষ্টৰ সঠিক প্ৰযুক্তি সমূহৰ প্ৰদৰ্শন আৰু প্ৰশিক্ষণৰ জৰিয়তে গ্ৰামীণ শিল্পোদ্য়োগ আৰু কৌশলৰ বিকাশ
    প্ৰকল্প নং : আৰ এছ পি- ৪০০৭
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী : ড০ এছ. পি. শইকীয়া

    প্ৰকল্পৰ নাম : উদ্ভিদ সম্পদ আৰু আন প্ৰাকৃতিক সম্পদৰ জৈৱ নিৰিক্ষণ
    প্ৰকল্প নং : বি এছ চি-০১০৬
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী : ড০ বি. এছ. ভাও

    প্ৰকল্পৰ নাম : অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ পৰিচয়, ভূমিকা, পোহপালন আৰু উন্নতি
    প্ৰকল্প নং : বি এছ চি-০১১০
    আৰ্থিক সম্বলৰ সংস্থা : চি এছ আই আৰ
    প্ৰধান তদন্তকাৰী : ড০ মোহন লাল
  3. প্ৰকল্পৰ ধৰণ : সহায়কাৰী অনুদান

    প্ৰকল্পৰ নাম : ইন-চিতুৰ দ্বাৰা উৎপাদিত ভিটামিন-ডি যুক্ত বেং-ছতাক অধিক প্ৰভাৱশালী কৰাৰ পক্ৰিয়া
    প্ৰকল্প নং :
    আৰ্থিক সম্বলৰ সংস্থা : ডি বি টি
    প্ৰধান তদন্তকাৰী : ড০ এছ. পি. শইকীয়া

    প্ৰকল্পৰ নাম : ক্লনেল সূক্ষ্ম বাগিছাৰ উত্থাপন আৰু উত্তৰ পূৰ্বাঞ্চলৰ কিছু নিৰ্বাচিত অঞ্চলত বহু-স্থানীয় পৰীক্ষাৰ মাধ্য়মেৰে “চেগুন” ( ফ’বি গ’লপেৰেনচিচ হাচ্চিনচন ) গছৰ সূক্ষ্ম ক্লনৰ বৈধতা
    প্ৰকল্প নং : জি পি পি - ০২৯৮
    আৰ্থিক সম্বলৰ সংস্থা : ডি বি টি
    প্ৰধান তদন্তকাৰী : ড০ কে. ডি. মুদৈ

    প্ৰকল্পৰ নাম : ভাৰতৰ কিছু নিৰ্বাচিত অঞ্চলত ৰূপাত্মক, ৰাসায়নিক আৰু আণৱিক জীৱবিজ্ঞানৰ আধ্য়য়নৰ মাধ্য়মেৰে ডালচেনি প্ৰজাতিৰ অৰ্থনৈতিক আৰু জৈৱ ভৌগোলিক মূল্য়ায়ন
    প্ৰকল্প নং : জি পি পি - ০২৮০
    আৰ্থিক সম্বলৰ সংস্থা : ডি বি টি
    প্ৰধান তদন্তকাৰী : ড০ বি. এছ. ভাও
  4. প্ৰকল্পৰ ধৰণ : পৰামৰ্শ

    প্ৰকল্পৰ নাম : এন আৰ এল-ৰ পখিলা উৰত্য়কাত পখিলা আৰু উদ্ভিদৰ মাজৰ সম্পৰ্কৰ অধ্য়য়ন
    প্ৰকল্প নং : চি এন পি - ০৪৬৮
    আৰ্থিক সম্বলৰ সংস্থা : নুমলীগড় তেল শোধনাগাৰ
    প্ৰধান তদন্তকাৰী : ড০ এম. ভূঁঞা
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee