Connecting Science and Technology for a brighter tomorrow



গৱেষণাৰ সুবিধাসমূহ

এই পৰীক্ষাগাৰটোত পলাৰিমিটাৰ, মাইক্ৰ’ৱেভ ৰিয়েক্টৰ, মাইক্ৰ’ৱেভ চিন্থেছিছ চিষ্টেম, ফ্লাছ ক্ৰমেট’গ্ৰাফী, এইছ পি এল চি, কুগেলৰ’ৰ এপাৰেটাছ, প্ৰেছাৰ ৰিয়েক্টৰ, নাইট্ৰ’জেন গেছ জেনেৰেটৰ, ল’ টেম্পেৰেচাৰ বাথ্ (-৩০ ০C, -৮০ ০C ) কম্বিফ্লাছ, হাইড্ৰজেনেশ্য়ন এপাৰেটাছ, ৰেফ্ৰিজাৰেটড চেন্ট্ৰিফিউজ, চনিকেটৰ ইত্য়াদি যন্ত্ৰৰ সুবিধা আছে।

 

 

 

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee