Connecting Science and Technology for a brighter tomorrow



গৱেষণা আৰু উন্নয়ণ কাযসমূহ

বৈশিষ্টমূলক ৰসায়ন :

  • ধান খেৰ, বাঁহ, ঘাঁহ আদি বৰ্জনীয় পদাৰ্থৰ পৰা উচ্চ মানদণ্ডৰ ৰসায়ন প্ৰস্তুতকৰণৰ বাবে পৰিৱেশৰ অনুকূল প্ৰক্ৰিয়াৰ বিকাশ।
  • অণু জৈৱিকভাৱে লিগ্নচেলুল’জিক প্ৰডাক্টৰ পৰা তৈয়াৰী লিগনিন্ অথবা কম মানদণ্ডৰ লিগনিন্ প্ৰডাক্টৰ মূল্য় সংযোজনৰ বাবে অক্সিডেটিভ পৰিবৰ্তন।

কৰ্কট ৰোগৰ প্ৰতিৰোধক আৰু যক্ষ্মা ৰোগৰ প্ৰতিৰোধক এজেন্ট হিচাপে সুক্ষ্ম অণুৰ সংগ্ৰহালয়

  • ছৰেলিডিন (psoralidin), লেছপেফ্লৰিন (lespeflorin), গ্লিছাইৰল (glycyrol) আদিৰ দৰে প্ৰেনিলেটেড কউমেষ্টেন প্ৰাকৃতিক প্ৰডাক্টৰ সংশ্লেষণ আৰু প্ৰষ্টেট কেন্সাৰৰ বিৰুদ্ধে সেইসমূহৰ কাৰ্যকলাপ অধ্য়য়ন।
  • কৰ্কট ৰোগৰ থেৰাপিৰ বাবে প্ৰাকৃতিক প্ৰডাক্টৰ পৰা প্ৰাপ্ত সুক্ষ্ম অণুৰ সংগ্ৰহালয়ৰ সংশ্লেষণ আৰু প্ৰাকৃতিক প্ৰডাক্টৰ পৰা প্ৰাপ্ত সুক্ষ্ম অণুৰ কাৰ্য ভিত্তিক সংশ্লেষণ, বৈচিত্ৰতা ভিত্তিক সংশ্লেষণ, লক্ষ্য় ভিত্তিক সংশ্লেষণ কৰা।
  • ক্ষ্মা ৰোগৰ নতুন প্ৰতিৰোধক এজেন্টৰ বাবে ছাবষ্টিটিউটেড কুইন’ক্সেলাইন আৰু কুইনাজ’লিন ডেৰিভেটিভৰ সংশ্লেষণ।

প্ৰতিশ্ৰুতিবদ্ধ জৈৱ অণুৰ সংশ্লেষণৰ বাবে বিভিন্ন প্ৰক্ৰিয়াৰ বিকাশ

  • কাৰ্বন-কাৰ্বন আৰু কাৰ্বন-হেল’জেন বন্ধনীৰ গঠন প্ৰতিক্ৰিয়া জনিত পদ্ধতিৰ বিকাশ।
  • ক্য়াচকাড, ডমিন’ প্ৰতিক্ৰিয়া আদিকে ধৰি নতুন স্কেফল্ড লাইব্ৰেৰী সংশ্লেষণৰ পদ্ধতিৰ বিকাশ।
  • ন’বেল স্কেফল্ডৰ সংশ্লেষণৰ বাবে গ্ৰীণ ৰসায়নৰ সূত্ৰ সমূহৰ প্ৰয়োগ।
হিষ্টিৰিঅ’নিক’টক্সিন, এৰিথ্ৰেটিডিন’ন, এৰিছ’ত্ৰামিডাইন আদি এজাস্পাইৰ’চাইক্লিক প্ৰাকৃতিক প্ৰডাক্টৰ বাবে কৃত্ৰিম পদ্ধতিৰ বিকাশ।
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee