Connecting Science and Technology for a brighter tomorrow



গৱেষণাৰ সুবিধা সমূহ :

  • জৈৱ ৰসায়নৰ মৌলিক বিশ্লেষণাত্মক সুবিধা সমূহ।
  • বিভিন্ন সামগ্ৰী যেনে বেগ, জোতা, ছাৰ্ট আদিৰ নক্সা তথা সেই সমূহ তৈয়াৰ কৰাৰ সুবিধা।
  • অৰ্থনৈতিকভাৱে আৰু জৈৱিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ গুণগত মানদণ্ড বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ উৎপাদন।
  • বতৰ বিজ্ঞান আৰু ভূমিকম্পৰ আগজাননী সম্পৰ্কিত তথ্য়ৰ জ্ঞানৰ বাবে প্ৰয়োজনীয় আহিলা স্থাপিত আছে।
  • কলগছৰ আঁহৰ নিষ্কাশন আৰু সেই সমূহৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰীৰ উৎপাদনৰ সুবিধা।
 
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee