Connecting Science and Technology for a brighter tomorrow



প্ৰাপ্তিসমূহ

  • মণিপুৰৰ প্ৰায় ২০০ বিধ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ আৰু ঔষধীয় গুণযুক্ত উদ্ভিদৰ তথ্য় সংগ্ৰহ।
  • ঐতিহ্য়গতভাৱে ব্য়ৱহিত ১৩ বিধ সুগন্ধিযুক্ত গুল্মজাতীয় উদ্ভিদৰ ওপৰত ভিত্তি কৰি ২ বিধ বহুজাতীয় ভেষজ সংমিশ্ৰণৰ তৈয়াৰীকৰণ।
  • অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ কৃষি কাৰ্যৰ বিকাশ, যেনে- ১) বাদাম গছ ( ইউৰিয়ালে ফেৰক্স ), ২) নেপচুনিয়া অলেৰাচিয়া লৌৰ, ৩) ছাপিণ্ডাচ মুকৰচি
  • মণিপুৰৰ ৫৭ খন বিদ্য়ালয়ত জীৱ-বিজ্ঞানৰ গৱেষণাগাৰ স্থাপন।
  • মণিপুৰৰ বিৰল আইৰিছক বৈজ্ঞানিকভাৱে আইৰিছ ছেংগুইনিয়া ডন হিচাপে চিহ্নিতকৰণ।
  • মণিপুৰৰ ছুৰাচন্দ্ৰপুৰ আৰু টেমেংলংত উদ্ভিদৰ পৰা প্ৰয়োজনীয় তেল নিষ্কাশনৰ বাবে দুটা যন্ত্ৰৰ স্থাপন ( প্ৰত্য়েকটো ৬০০ কি.গ্ৰা. ক্ষমতাৰ ) আৰু ইয়াৰ পৰা প্ৰায় ১.৫০ লাখ বিভিন্ন ধৰণৰ চিত্ৰনেলাৰ তেলৰ উৎপাদন হয়।
  • ভাৰত চৰকাৰৰ গ্ৰামীণ উন্নয়ন মন্ত্ৰালয়, পৰিবেশ মন্ত্ৰালয়, বন বিভাগ আৰু বতৰ বিজ্ঞান বিভাগ, জৈৱ-প্ৰযুক্তি বিভাগ, মণিপুৰ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া বিভাগৰ বিভিন্ন প্ৰকল্প কাৰ্যকৰী কৰা।
  • জোতা আৰু আন কিছুমান সামগ্ৰীৰ উৎপাদনৰ বাবে মণিপুৰৰ প্ৰায় ৯ জন উদীয়মান যুৱকক ছমহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয় যাৰ ফলস্বৰূপে ইম্ফল আৰু টেমেংলংত দুটা স্থানীয় উৎপাদন উদ্য়োগৰ স্থাপন হয়।
  • ইম্ফলৰ কাংলা দুৰ্গৰ ভিতৰত এখন ভেষজ বাগিছাৰ স্থাপন কৰা হয়। ( প্ৰায় ৩.৫ একৰৰ )
  • শাখা গৱেষণাগাৰৰ পৰীক্ষামূলক কৃষিক্ষেত্ৰত অসংখ্য় দেশীয় অৰ্থনৈতিকভাৱে আৰু জৈৱিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ জাৰ্মপ্লাজম সংগ্ৰহ।
 
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee