Connecting Science and Technology for a brighter tomorrow



বৰ্তমান চলি থকা গৱেষণা আৰু উন্নয়ণ কাৰ্যসমূহ

এই শাখা গৱেষণাগাৰটোৱে বৰ্তমান অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্ভিদৰ কৃষিকাৰ্য, সংৰক্ষণ, বায়’প্ৰস্পেক্সন আৰু প্ৰচাৰ আদি কাৰ্য সমূহ সক্ৰিয়ভাৱে সম্পন্ন কৰি আছে আৰু বিভিন্ন বিদ্য়ালয়, প্ৰতিষ্ঠান আৰু ব্য়ক্তিগত খণ্ডত ভেষজ বাগিছাৰ প্ৰতিস্থাকৰণৰ কাম কৰি আছে। আন কিছুমান গুৰুত্বপূৰ্ণ কাৰ্য হৈছে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবে ঐতিহ্য়গত জ্ঞানৰ ডকুমেন্টেশ্য়ন কৰা, কলগছৰ আঁহ, মুগা আদিৰ পৰা দেশীয় জ্ঞানৰ ওপৰত ভিত্তি কৰি বিভিন্ন সামগ্ৰীৰ বিকাশ।

 

 

 
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee